প্ৰস্তৰ - অসমীয়া কবিতা। An Assamese poem The Ocibul Oc|| TOO

      প্ৰস্তৰ - an amazing Assamese poem

 Welcome to here, where we are delighted to share with you an Assamese poem. Assamese poetry is known for its rich cultural heritage and lyrical beauty, and these poems will surely captivate your heart.


আমাৰ আজিৰ কবিতাৰ শিৰোনামা "প্ৰস্তৰ"। 

An Assamese poem! The Ocibul Oc @unsplash



প্ৰস্তৰ

  ✍️✍️✍️ - কৰণ কলিতা


১. পাহাৰৰ  দাঁতিত  এটা  জীৱিত শিল  আছিল 

                শেলুৱৈয়ে  ঢকা  দেহেৰে

     চাই আছিল  সি  অস্তগামী  সূৰুযৰ অস্তচ্ছটা,

            ব্যস্ত  ৰাজপথ  , যান- বাহনৰ  ভীৰ                     আৰু  টিলিঙা  বজাই ঘৰলৈ  উভতা শ্ৰান্ত বিক্ৰেতা বোৰ ...


২.  যুগৰ  পিছত  যুগ  সলনি  হ'ল

     গ্ৰীস্ম  বৰ্ষা নেওচি  থিয় হৈ  থাকিল সেই দাম্ভিক প্ৰস্তৰ

     জীৱনত  সি বহুত অভিজ্ঞতা সাচিলে,

    মুকুলিমূৰীয়া মানুহবোৰ  ব্যস্ত হোৱা দেখিলে,

    দেখিলে  কেঁচা  আলিটো পকী হ'ল

     চৰাইবোৰ কিৰীলি নপৰা  হ'ল


৩. প্ৰস্তৰটোৰ হ্নদয়  হয়তো  শিলৰ  নাছিল

     বোমাৰে পাহাৰখন  ভগা  বাবে

    সি  হিয়া ঢাকুৰি কান্দিছিল ....

    ক্ষত বিক্ষিত দেহৰ দৰে  তাৰ  হ্নদয়ো  ভাঙি গৈছিল।

    এটা যুগৰ  যেন  পূৰ্ণভাৱে সমাপ্তি ঘটিছিল...

    আকাশত ক'লা  ধোৱা  দেখা। গৈছিল,

    পাহাৰত  এটি গাঁত ৰৈ গৈছিল !!

Recommend posts

৪ ৰোমান্টিক অসমীয়া কবিতা

Cultural heritage:Assamese culture

 

North East India: 8 sister Cities of India 

Birthday Wishes for your loved one

আপোনাক ধন্যবাদ , ইমান সময় আমাক দিয়া বাবে, আশা কৰোঁ এনেকৈ সদায় আগুৱাই যোৱাত সহায় কৰিব।


 বিদ্ৰঃ আমাৰ ৱেবচাইটৰ পৰা কোনো লিখনি নকল নকৰিব , কৰোৱাত ব্যৱহাৰ কৰিলেও লেখকৰ নামৰ সৈতে ৱেবচাইটৰ নাম উল্লেখ কৰিব।

Thank you for reading the poem, Special thanks to Poet Karan Kalita for writing such a poem. If you also want to publish any poem or story, then send information through the Contact Us form and please comment below about the poem, If you want, join our telegram channel.Thank you. 



2 comments:

  1. Anonymous20:47

    Thnku so much dear oci for sharing my poems with people

    ReplyDelete

Powered by Blogger.